নিউজ ডেস্ক,২৬ জন: এগৰাকী স্কুলীয়া ছাত্ৰীক যৌন নিৰ্যাতন আৰু গৰ্ভধাৰণ কৰোৱাৰৰ অভিযোগত এজন ৫৬ বছৰীয়া বৃদ্ধক আটক কৰিছে তামিলনডু আৰক্ষীয়ে । লাক্কাপুৰমৰ ৰঙৰ এটা কাৰখানাত কাম কৰা এই ৫৬ বছৰীয়া লম্পট বৃদ্ধই ঘৰৰ কাষৰে ১৬ বছৰীয়া কিশোৰী গৰাকীক বিয়া পতাৰ প্ৰলোভনেৰে বহুদিন ধৰি ধৰ্ষণ কৰি আহিছিল । অৱশেষত কিশোৰীগৰাকী গৰ্ভৱতী হব লগা হৈছিল ।
কিশোৰীক ধৰ্ষণ কৰি ৰঙাঘৰত সোমাল বৃদ্ধ
লাক্কাপুৰমৰ ৰঙৰ এটা কাৰখানাত কাম কৰা ৫৬ বছৰীয়া লম্পট বৃদ্ধই ঘৰৰ কাষৰে ১৬ বছৰীয়া কিশোৰী গৰাকীক বিয়া পতাৰ প্ৰলোভনেৰে বহুদিন ধৰি ধৰ্ষণ কৰি আহিছিল । পলমকৈ কিশোৰীৰ অভিভাৱকে ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে আৰক্ষীক অৱগত কৰি এক গোচৰ ৰুজু কৰে । আৰক্ষীয়ে গোচৰটো POCSO আইনৰ অন্তৰ্ভূক্ত কৰি বৃহস্পতিবাৰে লম্পট বৃদ্ধজনক আটক কৰে ।
কিশোৰীক ধৰ্ষণ কৰি ৰঙাঘৰত সোমাল বৃদ্ধ
পলমকৈ কিশোৰীৰ অভিভাৱকে ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে আৰক্ষীক অৱগত কৰি এক গোচৰ ৰুজু কৰে । গোচৰৰ ভিত্তিত আৰক্ষীয়ে POCSO আইনৰ অধীনত বৃহস্পতিবাৰে লম্পট বৃদ্ধজনক আটক কৰে ।
লগতে পঢ়কঃ পাকিস্তানত জুৱা খেলত অংশগ্ৰহণৰ অপৰাধত আটক এটা গাধ