অসম

assam

ETV Bharat / bharat

NRCৰ পুনৰীক্ষণ আবেদনত কি আছিল ?? - অধিবক্তা উপমন্যু হাজৰিকা

কিন কাৰণত NRCৰ পুনৰীক্ষণ আবেদন সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিবলগা হ'ল ?

কিয় খাৰিজ কৰিলে NRCৰ পুনৰীক্ষণ আবেদন ?

By

Published : Jul 26, 2019, 7:51 PM IST

Updated : Jul 26, 2019, 8:00 PM IST

NRCৰ সম্পৰ্কত ইটিভি ভাৰতত উচ্চতম ন্যায়ালয়ৰ অধিবক্তা উপমন্যু হাজৰিকাৰ মন্তব্য ৷ কিছুদিন পূৰ্বে NRCকৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ত জনোৱা পুনৰীক্ষণ আবেদন পতিয়নযোগ্য তথ্য দিবহ নোৱৰাৰ বাবেই খাৰিজ কৰিছিল আদালতে ৷

  • NRC পুনৰীক্ষণৰ আবেদনত কোনো তথ্য নাই
  • যাৰবাবে ন্যায়ালয়ে খাৰিজ কৰিলে আবেদন
  • আমি খিলঞ্জীয়া সংখ্যালঘূ হ'বলৈ গৈ আছো
  • NRCত যি সকল বাদ পৰিব তেওঁলোক বিদেশী নহয়
  • বাংলাদেশীক লৈ চৰকাৰ চিন্তিত নহয়
  • NRC চূড়ান্ত তালিকা প্ৰকাশৰ পিচত কি হ'ব তাৰ কোনো স্পষ্ট ধাৰণা নাই
    NRCৰ পুনৰীক্ষণ আবেদনত কি আছিল ??
Last Updated : Jul 26, 2019, 8:00 PM IST

ABOUT THE AUTHOR

...view details