অসম

assam

ETV Bharat / bharat

নাগালেণ্ডৰ এপিপিৰ দুই বিধায়কৰ এন ডি পি পিত যোগদান - NPP legislators in Nagaland merge with NDPP

এন পি পিৰ দুই বিধায়কে যোগদান কৰে নেশ্বনেলিষ্ট ডেম'ক্ৰেটিক প্ৰগেচিফ পাৰ্টিত ৷

NDPP

By

Published : Mar 21, 2019, 3:19 PM IST

ডিমাপুৰ,21 মাৰ্চ : নাগালেণ্ডৰ নেশ্বনেল পিপলচ পাৰ্টিত খহনীয়া ৷ দলটোৰ দুজনকৈ বিধায়কেশাসনাধিস্থিত নেশ্বনেলিষ্ট ডেম'ক্ৰেটিক প্ৰগেচিফ পাৰ্টিতযোগদান কৰে ৷ বুধবাৰে দলটোৰ ইমনাটিবা আৰু এল খুম'ৰ খিয়ামনিউনগান নামৰ বিধায়ক দুগৰাকীয়েএন ডি পি পি দলত যোগদান কৰে ৷

এন ডি পিপিয়ে এক বিবৃতিযোগে প্ৰকাশ কৰা অনুসৰি বিধায়ক দুজনৰ দলটোৰ যোগদানে দলটো অধিক শক্তিশালী কৰা সহায় কৰিব ৷ চৰকাৰখনে ৰাজ্যখনৰ সৰ্বাংগীনউন্নয়নৰ বাবে কাম কৰি যাব বুলিও বিবৃতিটোত প্ৰকাশ কৰে ৷

ABOUT THE AUTHOR

...view details