অসম

assam

ETV Bharat / bharat

সংস্কৃত ভাষাক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰাটো অবাস্তৱ !

সংস্কৃত এক মহান ভাষা  হ'লেও এক কঠিন ভাষা৷ ভাৰত বৰ্ষত বৰ্তমান সংস্কৃতৰ ব্যৱহাৰো যথেষ্ট কম ৷ সেয়েহে সংস্কৃত ভাষাক হঠাতে চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰাটো বাস্তৱ অৰ্থত সম্ভৱ নহয়  ৷ এই মন্তব্য কংগ্ৰেছ নেতা শশী থাৰুৰৰ ৷

By

Published : Jun 7, 2019, 6:57 PM IST

ETV BHARAT


নতুন দিল্লী,7 জুন : সংস্কৃতক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰাটো বাস্তৱ অৰ্থত সম্ভৱ নহয় বুলি ক'লে কংগ্ৰেছ নেতা শশী থাৰুৰে ৷ কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে , সংস্কৃত এক মহান ভাষা হ'লেও এক কঠিন ভাষা৷ ভাৰত বৰ্ষত বৰ্তমান সংস্কৃতৰ ব্যৱহাৰো যথেষ্ট কম ৷ সেয়েহে সংস্কৃত ভাষাক হঠাতে চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰাটো বাস্তৱ অৰ্থত সম্ভৱ নহয় ৷

উল্লেখযোগ্য যে , অনুসুচিত জনজাতি কেন্দ্ৰীয় আয়োগৰ অধ্যক্ষ নন্দ কুমাৰ সায়ে সংস্কৃতক চৰকাৰী ভাষা হিচাপে প্ৰয়োগ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল ৷

ABOUT THE AUTHOR

...view details