নতুন দিল্লী,7 জুন : সংস্কৃতক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰাটো বাস্তৱ অৰ্থত সম্ভৱ নহয় বুলি ক'লে কংগ্ৰেছ নেতা শশী থাৰুৰে ৷ কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে , সংস্কৃত এক মহান ভাষা হ'লেও এক কঠিন ভাষা৷ ভাৰত বৰ্ষত বৰ্তমান সংস্কৃতৰ ব্যৱহাৰো যথেষ্ট কম ৷ সেয়েহে সংস্কৃত ভাষাক হঠাতে চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰাটো বাস্তৱ অৰ্থত সম্ভৱ নহয় ৷
সংস্কৃত ভাষাক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰাটো অবাস্তৱ ! - শশী থাৰুৰ
সংস্কৃত এক মহান ভাষা হ'লেও এক কঠিন ভাষা৷ ভাৰত বৰ্ষত বৰ্তমান সংস্কৃতৰ ব্যৱহাৰো যথেষ্ট কম ৷ সেয়েহে সংস্কৃত ভাষাক হঠাতে চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰাটো বাস্তৱ অৰ্থত সম্ভৱ নহয় ৷ এই মন্তব্য কংগ্ৰেছ নেতা শশী থাৰুৰৰ ৷
ETV BHARAT
উল্লেখযোগ্য যে , অনুসুচিত জনজাতি কেন্দ্ৰীয় আয়োগৰ অধ্যক্ষ নন্দ কুমাৰ সায়ে সংস্কৃতক চৰকাৰী ভাষা হিচাপে প্ৰয়োগ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল ৷