অসম

assam

ETV Bharat / bharat

এল অ চিত উপস্থিত নৰ্ডান আৰ্মী কমাণ্ডাৰ - ইটিভি অসম

সেনাৰ মনোবল বৃদ্ধি কৰাৰ অৰ্থে নিয়ন্ত্ৰণৰেখাত নৰ্ডান আৰ্মী কমাণ্ডাৰ

etv bharat

By

Published : Mar 1, 2019, 2:54 PM IST

নিয়ন্ত্ৰণৰেখাৰ পৰিস্থিতি বুজ লোৱাৰ বাবে ৰজৌৰিত উপস্থিত সেনাৰ নৰ্ডান আৰ্মী কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ৰণবীৰ সিং।


লেফটেনেণ্ট জেনেৰেল ৰণবীৰ সিঙক এই ভ্ৰমণত সংগ দিয়ে হোৱাইট নাইট কৰ্পচ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল পৰমজিত সিঙে । ভাৰত-পাকিস্তানৰ মাজত চলি থকা যুদ্ধসদৃশ পৰিস্থিতিৰ মাজত সেনাৰ মনোবল বৃদ্ধি তথা সীমান্তৰ সুৰক্ষা প্ৰতিপন্ন কৰাৰ অৰ্থেই নিয়ন্ত্ৰণৰেখাত উপস্থিত হয় নৰ্ডান আৰ্মীৰ কমাণ্ডাৰগৰাকী । যুদ্ধবিৰতি উলংঘনমূলক গুলীবৰ্ষণৰ সময়ত ল'বলগীয়া প্ৰত্যেকটো কাৰ্য-পন্থাৰ বিষয়েও সেনাক অৱগত কৰে লেফটেনেণ্ট জেনেৰেল ৰণবীৰ সিঙে।

ABOUT THE AUTHOR

...view details