নিউজ ডেস্ক, ৫ মাৰ্চ: পুলৱামা আক্ৰমণৰ পৰৱৰ্তী সময়ত দেখা দিয়া জটিল পৰিস্থিতিৰ পাচতেসোমবাৰে উত্তৰ সংমণ্ডলৰ কামাণ্ডাৰ লেঃ জেনেৰেল ৰণবীৰ সিঙে সুৰক্ষা ব্যৱস্থাৰ বুজ ল'বলৈ দুদিনীয়া ভ্ৰমণসূচীৰে জম্মু কাশ্মীৰত উপস্থিত হয় ।।
উত্তৰ সংমণ্ডলৰ কামাণ্ডাৰে বুজ ল'লে জম্মু-কাশ্মীৰৰ পৰিস্থিতিৰ - Lt Gen Ranbir Singh
সোমবাৰে উত্তৰ সংমণ্ডলৰ কামাণ্ডাৰ লেঃ জেনেৰেল ৰণবীৰ সিঙে সুৰক্ষা ব্যৱস্থাৰ বুজ ল'বলৈ দুদিনীয়া ভ্ৰমণসূচীৰে জম্মু কাশ্মীৰত উপস্থিত হয় ।
![উত্তৰ সংমণ্ডলৰ কামাণ্ডাৰে বুজ ল'লে জম্মু-কাশ্মীৰৰ পৰিস্থিতিৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2607717-77-d0e2313b-bd2e-40fb-b7fb-88532c2e9859.jpg)
উত্তৰ সংমণ্ডলৰ কামাণ্ডৰ লেফ্টেণ্ট জেনেৰেল ৰণৱীৰ সিঙে সুৰক্ষা ব্যৱস্থাৰ বুজ লবলৈ জম্মু কাশ্মীৰ ভ্ৰমণ
তেওঁ দক্ষিণ কাশ্মীৰত উপস্থিত হৈ পুলৱামাৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয় । সেনা জোৱানসকলৰ মনবল বৃদ্ধিৰ উদ্দেশ্যে বিষয়াগৰাকীয়ে মত বিনিময়ত ভাগ লয়।