অসম

assam

By

Published : Apr 15, 2020, 9:01 PM IST

ETV Bharat / bharat

চলিত বৰ্ষত সামান্য পৰিমাণে প্ৰভাৱ পৰিব বৰ্ষা ঋতুৰঃ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ

চলিত বৰ্ষত সমগ্ৰ দেশজুৰি বৰ্ষা ঋতুৰ প্ৰভাৱ পৰিব বুলি মন্তব্য কৰে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই । এই বতৰে লক ডাউনৰ সময়ছোৱাত দেশবাসীক সহায় কৰিব বুলি সদৰী কৰে IMD য়ে ।

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ
চলিত বৰ্ষত সামন্য পৰিমাণে প্ৰভাৱ পৰিব বৰ্ষা ঋতুৰঃ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ

নিউড ডেস্ক,১৫ এপ্ৰিলঃ বুধবাৰে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে সদৰী কৰে যে, চলিত বৰ্ষত আমি এটা সাধৰণ বতৰৰ প্ৰত্যক্ষ কৰিম । যি কৰ'ণা ভাইৰাছৰ ভয়াৱহতা প্ৰতিৰোধ কৰা তথা লক ডাউনৰ সময়ছোৱাত দেশবাসীৰ বাবে গুৰুত্বপূৰ্ণ বিবেচিত হ'ব ।

চলিত বৰ্ষত সামন্য পৰিমাণে প্ৰভাৱ পৰিব বৰ্ষা ঋতুৰঃ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ

লগতে কয় যে,দক্ষিণ-পশ্চিম অঞ্চলত বৰ্ষা ঋতুৰ সময়ছোৱা অৰ্থাৎ যি জুনৰ পৰা ছেপ্তেম্বৰ মাহলৈ চলে তেতিয়া বৰষুণ অধিক হোৱাৰ সম্ভৱনা আছে ।

ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ বিষয়ববীয়াৰ ভাষ্য অনুসৰি, ৯৬ ৰ পৰা ১০০ শতাংশক সামান্য পৰিমাণে বৰ্ষাৰ প্ৰভাৱ পৰা বুলি কয় । লগতে এইটো ভাল খবৰ বুলি উল্লেখ কৰে যে, বৰষুণৰ মাত্ৰ ৯ শতাংশহে হোৱাৰ সম্ভৱনা আছে সমগ্ৰ দেশজুৰি ।

লগতে চাওকঃকৰ’ণা সন্ত্ৰাসঃ অৰ্থসংকটত নলবাৰীৰ জাপি নিৰ্মাণকাৰী শিল্পী

ABOUT THE AUTHOR

...view details