নিউড ডেস্ক,১৫ এপ্ৰিলঃ বুধবাৰে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে সদৰী কৰে যে, চলিত বৰ্ষত আমি এটা সাধৰণ বতৰৰ প্ৰত্যক্ষ কৰিম । যি কৰ'ণা ভাইৰাছৰ ভয়াৱহতা প্ৰতিৰোধ কৰা তথা লক ডাউনৰ সময়ছোৱাত দেশবাসীৰ বাবে গুৰুত্বপূৰ্ণ বিবেচিত হ'ব ।
চলিত বৰ্ষত সামন্য পৰিমাণে প্ৰভাৱ পৰিব বৰ্ষা ঋতুৰঃ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ লগতে কয় যে,দক্ষিণ-পশ্চিম অঞ্চলত বৰ্ষা ঋতুৰ সময়ছোৱা অৰ্থাৎ যি জুনৰ পৰা ছেপ্তেম্বৰ মাহলৈ চলে তেতিয়া বৰষুণ অধিক হোৱাৰ সম্ভৱনা আছে ।
ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ বিষয়ববীয়াৰ ভাষ্য অনুসৰি, ৯৬ ৰ পৰা ১০০ শতাংশক সামান্য পৰিমাণে বৰ্ষাৰ প্ৰভাৱ পৰা বুলি কয় । লগতে এইটো ভাল খবৰ বুলি উল্লেখ কৰে যে, বৰষুণৰ মাত্ৰ ৯ শতাংশহে হোৱাৰ সম্ভৱনা আছে সমগ্ৰ দেশজুৰি ।
লগতে চাওকঃকৰ’ণা সন্ত্ৰাসঃ অৰ্থসংকটত নলবাৰীৰ জাপি নিৰ্মাণকাৰী শিল্পী