নিউজ ডেস্ক, ৩ এপ্ৰিলঃ কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে কয় যে, COVID-19 প্ৰতিৰোধ কৰিব বাবে দেশত স্বাস্থ্য খণ্ডত কোনো ধৰণৰ ক্ৰতি নাই ।
কেন্দ্ৰীয় ৰসায়ন মন্ত্ৰী ডি ভি সদানন্দ গৌডাই এক টুইটাৰত প্ৰকাশ কৰে যে, COVID-19 ৰ সৈতে যুঁজিবলৈ ভাৰত চৰকাৰে ৬২ লাইফলাইন বিমানেৰে ১৫.৪ টন আৱশ্যকীয় স্বাস্থ্য খণ্ডৰ সামগ্ৰী আমদানি কৰে ।