কৰ্ণাটক, ৫ জুনঃশুকুৰবাৰে কৰ্ণাটকত ভূমিকম্পৰ কোনো জোঁকাৰণি অনুভূত হোৱা নাই । বিভাগৰ ছফটৱেৰত উল্লেখ নাই ভূমিকম্পৰ কোনো গতি বিধিৰ তথ্য। কৰ্ণাটকৰ প্ৰাকৃতিক দুৰ্যোগ প্ৰশমন বিভাগে প্ৰকাশ কৰে এই তথ্য ।
কৰ্ণাটকত ভূমিকম্পৰ তথ্য অস্বীকাৰ দুৰ্যোগ প্ৰশমন বিভাগৰ বিভাগটোৰ এজন বিজ্ঞানীয়ে উল্লেখ কৰা অনুসৰি কৰ্ণাটকত ভূমিকম্পৰ এটা ভূৱা তথ্যহে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা হৈছে ।
কৰ্ণাটকত ভূমিকম্পৰ তথ্য অস্বীকাৰ দুৰ্যোগ প্ৰশমন বিভাগৰ উল্লেখ্য যে, কৰ্ণাটকৰ হাম্পিত শুকুৰবাৰে পুৱা ৪.০ প্ৰৱল্যৰ ভূমিকম্পৰ জোঁকাৰণি অনুভূত হোৱাৰ কথা প্ৰকাশ পাইছিল ।
কৰ্ণাটকত ভূমিকম্পৰ তথ্য অস্বীকাৰ দুৰ্যোগ প্ৰশমন বিভাগৰ ইয়াৰ পাছতেই কৰ্ণাটকৰ প্ৰাকৃতিক দুৰ্যোগ প্ৰশমন বিভাগে ভূমিকম্পৰ সত্যতা অস্বীকাৰ কৰে ।
কৰ্ণাটকত ভূমিকম্পৰ তথ্য অস্বীকাৰ দুৰ্যোগ প্ৰশমন বিভাগৰ বিজ্ঞানীজনে উল্লেখ কৰা অনুসৰি এটা স্বয়ংক্রিয় ছফটৱেৰে বৈদ্যুতিক বা প্ৰযুক্তিগত কাৰণত নিজে সৃষ্টি কৰা ভূমিকম্পৰ এটা ভুৱা সৰ্তকবাৰ্তাহে আছিল । ইয়াক অট' ট্ৰিগাৰ বুলিও কোৱা হয় ।
লগতে চাওকঃ বিশ্বজুৰি COVID-19 ত ক্ষতিগ্ৰস্তৰ তালিকাত পঞ্চম স্থানত ফান্স