অসম

assam

ETV Bharat / bharat

গণৰাজ্য দিৱসত ৱাঘা-আটাৰী সীমাত নহ'ব বিটিং ৰিট্ৰেট অনুষ্ঠান - Republic Day parade

সীমা সুৰক্ষা বাহিনীৰ এক বিশেষ সূত্ৰই জনোৱা অনুসৰি 1959 চনৰ পৰাই অনুষ্ঠিত হৈ অহা সীমা সুৰক্ষা বাহিনীৰ যুটীয়া পেৰেড অনুষ্ঠান এইবাৰ গণৰাজ্য দিৱসত মহামাৰী ক'ৰ'ণা ভাইৰাছৰ বাবে অনুষ্ঠিত নহ'ব ৷

গণৰাজ্য দিৱসত ৱাগা-আটাৰী সীমাত নহ'ব বিটিং ৰিট্ৰেট অনুষ্ঠান
গণৰাজ্য দিৱসত ৱাগা-আটাৰী সীমাত নহ'ব বিটিং ৰিট্ৰেট অনুষ্ঠান

By

Published : Jan 18, 2021, 7:37 PM IST

নতুন দিল্লী, 18 জানুৱাৰী : মহামাৰী ক'ৰ'ণা ভাইৰাছৰ বাবে এইবাৰ গণৰাজ্য দিৱসত ৱাঘা-আটাৰী সীমাত নহ'ব বিটিং ৰিট্ৰেট অনুষ্ঠান ৷ সোমবাৰে সীমা সুৰক্ষা বাহিনীৰ এক বিশেষ সূত্ৰই এই তথ্য সদৰি কৰে ৷

প্ৰত্যেক বাৰৰ দৰে এইবাৰ ৱাগা-আটাৰী সীমাত নহ'ব সীমা সুৰক্ষা বাহিনীৰ যুটীয়া পেৰেড অনুষ্ঠান ৷ ৱাঘা-আটাৰী সীমাত 1959 চনৰ পৰাই অনুষ্ঠিত হৈ আহিছে বিটিং ৰিট্ৰেট অনুষ্ঠান ৷ কিন্তু যোৱা 6বছৰ ধৰি ভাৰত আৰু পাকিস্তানৰ নিৰাপত্তা সেনা বাহিনীয়ে সীমান্তত নিৰাপত্তা জনিত কিছু কাৰণত পতাকা উত্তোলন অনুষ্ঠান সাময়িক ভাৱে হ্ৰাস কৰি আহিছে ৷

লগতে পঢ়ক :বাৰ্ড ফ্লু'ৰ আতংক : নিষেধাজ্ঞাৰ পিচতো বংগৰ পৰা নিতৌ আমদানি ব্ৰইলা

ABOUT THE AUTHOR

...view details