অসম

assam

ETV Bharat / bharat

প্ৰভাৱশালী মহিলা হিচাপে স্বীকৃতি লাভ নিৰ্মলা সীতাৰমণৰ - লণ্ডন

গৃহ সচিব সাজিদ জাবিদে ১০০ গৰাকী প্ৰভাৱশালী মহিলাৰ ভিতৰত নিৰ্মলা সীতাৰমণক প্ৰভাৱশালী মহিলা হিচাপে স্বীকৃতি প্ৰদান কৰে

১০০ গৰাকী প্ৰভাৱশালী মহিলাৰ ভিতৰত সাঙোৰ খাই পৰিল নিৰ্মলা সীতাৰমণৰ নাম

By

Published : Jun 26, 2019, 12:50 PM IST

নিউজ ডেস্ক,২৬জুন : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক প্ৰভাৱশালী মন্ত্ৰী হিচাপে ঘোষণা ইংলেণ্ডৰ গৃহ সচিৱ সাজিদ জাবিদৰ । সোমবাৰে লণ্ডনৰ সদনত 'ভাৰত দিৱস'ক চিহ্নিত কৰিবলৈ ইংলেণ্ডৰ গৃহ সচিব সাজিদ জাবিদৰ অধ্যক্ষতাত ''ইউ.কে ইণ্ডিয়া ৰিলেশ্বনশ্বীপ : চেলিব্ৰেটিং ওমেন''নামৰ এটা অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানত গৃহ সচিব গৰাকীয়ে অংশগ্ৰহণ কৰি ১০০গৰাকী প্ৰভাৱশালী মহিলাৰ নাম থকা তালিকাৰ কথা উল্লেখ কৰ। য'ত শক্তিশালী মহিলা হিচাপে স্বীকৃতি প্ৰদান কৰে নিৰ্মলা সীতাৰমণক ।

উল্লেখ্য যে,কেবিনেট মন্ত্ৰী পেনী মোৰ্ডনতৰ পাছত মন্ত্ৰী নিৰ্মলা সীতাৰমণ ভাৰতৰ প্ৰথমগৰাকী মহিলা। যিয়ে বৃটেইনৰ লগত ভাৰতৰ সম্বন্ধ পূৰ্বৰ তুলনাত দৃঢ় কৰিবলৈ সক্ষম হৈছে । মন্ত্ৰী নিৰ্মলা সীতাৰমণে লণ্ডনত শিক্ষাগ্ৰহণ কৰি ইংলেণ্ডৰ পৰাই আৰম্ভণি কৰিছিল কৰ্মজীৱন।

ABOUT THE AUTHOR

...view details