নেশ্যনেল ডেস্ক, 14 জানুৱাৰী : নিৰ্ভয়া ধৰ্ষণকাণ্ডৰ মূল চাৰি দোষীৰ অন্যতম মুকেশ সিঙে ক্ষমা আবেদন দাখিল কৰাৰ কথা জানিবলৈ দিয়ে তিহাৰ কাৰাগাৰৰ বিষয়বৱীয়াই ৷ উল্লেখ্য যে, 2012 চনৰ নিৰ্ভয়া কাণ্ডৰ সৈতে জড়িত থকাৰ অপৰাধত চাৰি দোষীক দিল্লী আদালতে মৃত্যুদণ্ডৰ ৰায়দান কৰিছিল ৷
তিহাৰ কাৰাগাৰৰ বিষয়বৱীয়াই কয়, "দোষী মুকেশ সিঙে ক্ষমা আবেদন কৰিছে ৷"