অসম

assam

By

Published : Jan 25, 2020, 7:29 PM IST

ETV Bharat / bharat

মৃত্যুদণ্ডৰ শাস্তিৰে দণ্ডিত মুকেশৰ ক্ষমা আবেদন নাকচ ৰাষ্ট্ৰপতিৰ

নিৰ্ভয়াৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ দোষী মুকেশ কুমাৰ সিঙে ৰাষ্ট্ৰপতিৰ ওচৰত শাস্তিৰ পৰা পৰিত্ৰাণ পাবলৈ দাখিল কৰিছিল আবেদন ৷ 17 জানুৱাৰীত ৰাষ্ট্ৰপতিয়ে নাকচ কৰে মুকেশৰ ক্ষমা আবেদন ৷

Nirbhaya convict moves SC over mercy plea rejection
মৃত্যুদণ্ডৰ শাস্তিৰে দণ্ডিত মুকেশৰ ক্ষমা আবেদন নাকচ ৰাষ্ট্ৰপতিৰ

ন্যশনেল ডেক্স , 25 জানুৱাৰী : নিৰ্ভয়াৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ দোষী মুকেশ কুমাৰ সিঙে ৰাষ্ট্ৰপতিৰ ওচৰত শাস্তিৰ পৰা পৰিত্ৰাণ পাবলৈ দাখিল কৰিছিল আবেদন ৷ 17 জানুৱাৰীত মৃত্যুদণ্ডৰ শাস্তিৰে দণ্ডিত মুকেশৰ ক্ষমা আবেদন নাকচ কৰিছিল ৰাষ্ট্ৰপতিয়ে ৷ শনিবাৰে ৰাষ্ট্ৰপতিয়ে আবেদন নাকচ কৰা বাবে উচ্চতম ন্যায়লয়ৰ কাষ চাপিছিল মুকেশ ৷ উল্লেখ্য যে 1 ফ্ৰেব্ৰুৱাৰীৰ পুৱা 6 বজাত মুকেশসহ চাৰি অপৰাধীক ফাঁচী দিয়াৰ বাবে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে 17 জানুৱাৰীত নিৰ্দেশ জাৰি কৰিছিল ৷

ABOUT THE AUTHOR

...view details