অসম

assam

ETV Bharat / bharat

নিৰ্ভয়া কাণ্ডঃ দোষী মুকেশে নাকচ কৰিলে অধিবক্তা ব্ৰিন্দা গ্ৰোৱাৰক - তিহাৰ জেল

নিৰ্ভয়া কাণ্ডৰ মৃত্যুদণ্ডৰে দণ্ডিত অন্য এজন অপৰাধী বিনয় শৰ্মাই তিহাৰ জেলত অনশন অব্যাহত ৰাখিছে বুলি অতিৰিক্ত সত্ৰ ন্যায়াধীশ ধৰ্মেন্দ্ৰ ৰাণাই প্ৰকাশ কৰে ৷ নিৰ্ভয়াৰ পৰিয়াল আৰু দিল্লী চৰকাৰে মৃত্যুদণ্ডৰ নতুন তাৰিখৰ বাবে সত্ৰ ন্যায়াধীশ আদালতত আবেদন দাখিল কৰে ৷

Nirbhaya case: Convict Mukesh refuses to be represented by advocate Vrinda Grover
নিৰ্ভয়া কাণ্ডঃ দোষী মুকেশে নাকচ কৰিলে অধিবক্তা ব্ৰিন্দা গ্ৰোৱাৰক

By

Published : Feb 17, 2020, 5:17 PM IST

নেশ্যনেল ডেস্ক, 17 ফেব্ৰুৱাৰীঃ নিৰ্ভয়া ধৰ্ষণ আৰু হত্যাকাণ্ডৰ চাৰি অপৰাধীৰ অন্যতম মুকেশ কুমাৰ সিঙে সোমবাৰে অধিবক্তা ব্ৰিন্দা গ্ৰোৱাৰে তেওঁৰ ওকালতি কৰিব নালাগে বুলি উল্লেখ কৰে ৷

নিৰ্ভয়া কাণ্ডৰ মৃত্যুদণ্ডৰে দণ্ডিত অন্য এজন অপৰাধী বিনয় শৰ্মাই তিহাৰ জেলত অনশন অব্যাহত ৰাখিছে বুলি অতিৰিক্ত সত্ৰ ন্যায়াধীশ ধৰ্মেন্দ্ৰ ৰাণাই প্ৰকাশ কৰে ৷

উচ্চতম ন্যায়ালয়ে সত্ৰ ন্যায়াধীশ আদালতক মৃত্যুদণ্ডৰ নতুন তাৰিখ নিৰ্ধাৰণ কৰাৰ বাবে অনুমতি প্ৰদান কৰাৰ পিছত নিৰ্ভয়াৰ পৰিয়াল আৰু দিল্লী চৰকাৰে মৃত্যুদণ্ডৰ নতুন তাৰিখৰ বাবে সত্ৰ ন্যায়াধীশ আদালতত আবেদন দাখিল কৰে ৷

আৰু পঢ়কঃদিল্লী আৰক্ষীৰ বিশেষ শাখাৰ এনকাউণ্টাৰঃ নিহত দুই দুৰ্ধৰ্ষ অপৰাধী

ABOUT THE AUTHOR

...view details