অসম

assam

ETV Bharat / bharat

লণ্ডনত বৃহস্পতিবাৰে পুনৰ হাজিৰ কৰোৱা হ'ব নীৰৱ মোডীক - uk court

পাঞ্জাৱ নেশ্যনেল বেংকৰ ঋণ কেলেংকাৰীত অভিযুক্ত হীৰা ব্যৱসায়ী নীৰৱ মোডীক বৃহস্পতিবাৰে হাজিৰ কৰোৱা হ'ব লণ্ডনৰ আদালতত ৷ অভিযুক্ত নীৰৱ মোডীক ভাৰতক প্ৰত্যাৰ্পন কৰা বিষয়টোক লৈ বৃহস্পতিবাৰে শুনানি গ্ৰহণ কৰিব ৷

লণ্ডনত বৃহস্পতিবাৰে  পুনৰ হাজিৰ কৰোৱা হব নীৰৱ মোডীক

By

Published : May 29, 2019, 11:30 PM IST

নিউজ ডেস্ক 29 মেঃ পাঞ্জাৱ নেশ্যনেল বেংকৰ ঋণ কেলেংকাৰীত অভিযুক্ত হীৰা ব্যৱসায়ী নীৰৱ মোডীক বৃহস্পতিবাৰে হাজিৰ কৰোৱা হ'ব লণ্ডনৰ আদালতত ৷ অভিযুক্ত নীৰৱ মোডীক ভাৰতক প্ৰত্যাৰ্পন কৰা বিষয়টোক লৈ বৃহস্পতিবাৰে শুনানি গ্ৰহণ কৰিব ৷

লণ্ডনত বৃহস্পতিবাৰে পুনৰ হাজিৰ কৰোৱা হব নীৰৱ মোডীক
চলিত মাহতেই ৱেষ্টমিনিষ্টাৰ মেজিষ্টেট আদালতে 48 বছৰীয়া নীৰৱ মোডীৰ জামিন আৱেদন খাৰিজ কৰিছিল ৷ ইয়াৰ পিচতেই মোডী লণ্ডনৰ দক্ষিণ-পশ্চিম ৱেণ্ডসবৰ্থ জেলত বন্দী হৈ আছে ৷

ABOUT THE AUTHOR

...view details