অসম

assam

ETV Bharat / bharat

পৰিৱেশৰ সুৰক্ষাৰ্থে পদযাত্ৰা কৰা নিজৰা ফুকন উপস্থিত উত্তৰ প্ৰদেশত - বৃক্ষবন্ধু নামৰ পৰিৱেশ সুৰক্ষা অনুষ্ঠানৰ প্ৰতিষ্ঠাপক সম্পাদিকা নিজৰা ফুকন

বৃক্ষবন্ধু নামৰ পৰিৱেশ সুৰক্ষা অনুষ্ঠানৰ প্ৰতিষ্ঠাপক সম্পাদিকা নিজৰা ফুকনৰ পৰিৱেশৰ ওপৰত সজাগতা আনিবৰ বাবে চৰাইদেউ মৈদামৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ পদযাত্ৰা আৰম্ভ কৰে ৷ বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ 1 তাৰিখে যুৱতীগৰাকীয়ে পদযাত্ৰা আৰম্ভ কৰি বুধবাৰে উত্তৰ প্ৰদেশৰ শাহজাহানপুৰত উপস্থিত হয় ৷

Nijra phookan from assam walked 2500 km and reached shahjahanpur for enlighten people on environment
নিজৰা ফুকন উপস্থিত উত্তৰ প্ৰদেশত

By

Published : Feb 19, 2020, 9:12 AM IST

শাহজাহানপুৰ,19 ফেব্ৰুৱাৰীঃ পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যৰে চৰাইদেউ মৈদামৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ পদযাত্ৰা নিজৰা ফুকনৰ ৷ "বৃক্ষবন্ধু"নামৰ পৰিৱেশ সুৰক্ষা অনুষ্ঠানৰ প্ৰতিষ্ঠাপক সম্পাদিকা নিজৰা ফুকনৰ পৰিৱেশৰ ওপৰত সজাগতা আনিবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে ৷ বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ 1 তাৰিখে যুৱতীগৰাকীয়ে এই পদযাত্ৰা আৰম্ভ কৰিছিল ৷ যুৱতীগৰাকীয়ে বুধবাৰে উত্তৰ প্ৰদেশৰ শাহজাহানপুৰত উপস্থিত হয় ৷

নিজৰা ফুকন উপস্থিত উত্তৰ প্ৰদেশত

যুৱতীগৰাকীক স্থানীয় আৰক্ষীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ নিজৰা ফুকনে স্থানীয় লোকসকলক পৰিৱেশৰ সজাগতা সম্পৰ্কে সচেতন হ’বলৈ আহ্বান জনায় ৷ যুৱতীগৰাকীৰ এই যাত্ৰা ৰাষ্ট্ৰপতি ভৱনত অন্ত পৰিব ৷

লগতে চাওকঃদেশৰ প্ৰথম প্লাষ্টিকমুক্ত বিমানবন্দৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

ABOUT THE AUTHOR

...view details