অসম

assam

ETV Bharat / bharat

মহিলাৰ বিৰুদ্ধে ভেদভাৱ : NHRC ৰ উপ-সমিতি গঠন - জ্যোতিকা কালৰাৰ অধ্যক্ষতাত গঠিত উপ-সমিতি

মহিলাৰ বিৰুদ্ধে ভেদভাৱ দূৰ কৰিবৰ বাবে উপ-সমিতি গঠন ৷ জ্যোতিকা কালৰাৰ অধ্যক্ষতাত গঠিত উপ-সমিতি ৷ NHRC য়ে গঠন কৰে উপ-সমিতি ৷

মহিলাৰ বিৰুদ্ধে ভেদভাৱ
NHRC ৰ উপ-সমিতি গঠন

By

Published : May 12, 2020, 3:45 PM IST

নেশ্যনেল ডেস্ক, 12 মে' : ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে (NHRC) মহিলাৰ বিৰুদ্ধে সঘনে হৈ থকা সকলো ধৰণৰ ভেদভাৱ দূৰ (CEDAW) কৰিবৰ বাবে এখন উপ-সমিতি গঠন কৰিছে ৷ এই উপ-সমিতিৰ লক্ষ্য হৈছে CEDAW ৰ অনুচ্ছেদসমূহৰ সকলো ঘৰুৱা আইন, নীতিগত ব্যৱস্থা আৰু আঁচনিসমূহৰ সঠিক ৰূপায়ন হৈছে নে নাই সেই সম্পৰ্কত দৃষ্টি নিক্ষেপ কৰা ৷

জ্যোতিকা কালৰাৰ অধ্যক্ষতাত নাগৰিক সমাজৰ 6 গৰাকী সদস্যৰ দ্বাৰা এই উপ-সমিতি গঠন কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details