নিউজ ডেস্ক, ২ এপ্ৰিলঃ পূৰ্বোত্তৰ সীমান্ত ৰে'লৱে কতৃপক্ষই সাধৰণ জনতা আৰু চৰকাৰী বিভাগৰ প্ৰযোজন অনুসৰি অত্যাৱশ্যকীয় সামগ্ৰীৰে ভৰ্তি ৰে'ল গাড়ী সমূহৰ চলাচল আৰম্ভ কৰিছে ।
বৃহস্পতিবাৰে NFR ৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সুভাষ চন্দায়ে কয় যে, 153 ৰেক আৱশ্য়কীয় সামগ্ৰী লক ডাউন আৰম্ভ হোৱাৰ পৰা ১ এপ্ৰিল পৰ্যন্ত সৰবৰাহ কৰা হৈছে ।