দিল্লী,5 জুলাইঃ আজি সংসদত পূৰ্ণাংগ বাজেট দাখিল কৰে মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ বাজেট দাখিল কৰাৰ পিচতে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত মোডীয়ে সীতাৰমণৰ বাজেটক সমৰ্থন কৰে ৷
বাজেটক লৈ কি ক'লে মোডীয়ে! - etv bharat
বাজেট দাখিল কৰাৰ পিচতে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত মোডীয়ে সীতাৰমণৰ বাজেটক সমৰ্থন কৰে
বাজেটক লৈ কি ক'লে মোডীয়ে!
এই বাজেটে দেশৰ কৃষিখণ্ডৰ দিশ নিৰ্ণায়ক কৰিব বুলি উল্লেখ কৰাৰ লগতে এই বাজেটে দেশ উন্নয়ণ সাধন কৰিব বুলি উল্লেখ কৰে মোডীয়ে ৷
উল্লেখ্য যে,স্বাধীন ভাৰতৰ দ্বিতীয়গৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে শুকুৰবাৰে দাখিল কৰা হয় এই বাজেট ৷ বাজেটত কৃষি,বাণিজ্যৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ীসকললৈ ন ন আঁচনিৰ প্ৰস্তাৱ উত্থাপন হৈছে ৷