অসম

assam

ETV Bharat / bharat

ৰাজ্যত 392 জনলৈ বৃদ্ধি ক'ৰণা আক্ৰান্তৰ সংখ্যা - ক'ৰণা ভাইৰাছৰ ফলত মৃত্যু হৈছে 4 জন

ৰাজ্যত ক'ৰণা আক্ৰান্তৰ সংখ্যা 392 গৰাকীলৈ বৃদ্ধি ৷ আনহাতে সক্ৰিয় হৈ আছে 328 টা ঘটনা ৷

ৰাজ্যত 392 জনলৈ বৃদ্ধি ক'ৰণা আক্ৰান্তৰ সংখ্যা
ৰাজ্যত 392 জনলৈ বৃদ্ধি ক'ৰণা আক্ৰান্তৰ সংখ্যা

By

Published : May 24, 2020, 10:17 AM IST

Updated : May 24, 2020, 10:50 PM IST

নিউজ ডেস্ক, 24 মে': ৰাজ্যত পুনৰ 14 জন লোক আক্ৰান্ত হৈছে ক'ৰণা ভাইৰাছত ৷ আক্ৰান্ত লোকসকলৰ পাঁচজন হোজাইৰ, পাঁচজন কামৰূপ গ্ৰাম্যৰ, দুজন কামৰূপ মেট্ৰ'ৰ আৰু এজন নগাঁৱৰ, এজন পূৱ কাৰ্বি আংলঙৰ ৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটত প্ৰকাশ কৰে এই কথা ৷

বৰ্তমান অসমত ক'ৰণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 392 জনলৈ বৃদ্ধি হয় ৷ ইয়াৰে 57 জন লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যু হৈছে 4 জন লোকৰ ৷ আনহাতে সক্ৰিয় হৈ আছে 328 টা ঘটনা ৷

লগতে পঢ়ক : কয়লা খননৰ বিৰুদ্ধে সৰৱ উপমন্যু হাজৰিকা

Last Updated : May 24, 2020, 10:50 PM IST

ABOUT THE AUTHOR

...view details