অসম

assam

ETV Bharat / bharat

মৰাণত নৱজাতকৰ মৃতদেহ উদ্ধাৰ - মৰাণহাট থানা

মৰাণত পুনৰ উদ্ধাৰ হ'ল নৱজাতক ৷তীব্ৰ প্ৰতিক্ৰীয়াৰ সৃস্টি কৰিছে স্থানীয় লোকৰ মাজত ৷ কিমান নিদয়ী হ'লে এনেদৰে পেলাই থৈ যাব পাৰে নিজে জন্ম দিযা সন্তানক ৷

new born babay found death near hospital in moran
মৰাণত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

By

Published : Mar 20, 2020, 7:40 PM IST

মৰাণ ২০ মাৰ্চঃ মৰাণত মৃত নৱজাতক উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। বৃহস্পতিবাৰে মৰাণহাট থানাৰ অন্তৰ্গত খুমটাই চকলীয়াৰ নাৰদ কমাৰ চিকিৎসালয়ৰ কাষত এটা মৃত নৱজাতক উদ্ধাৰ হয় ৷ চিকিৎসালয়খনৰ চিকিৎসক আৰু কৰ্মচাৰীৰ ছুটী হোৱাৰ পাছতে চিকিৎসালয়ৰ কাষতে খেলি থকা কেইটামান শিশুৱে প্ৰথমে নৱজাতকৰ মৃতদেহটো প্ৰত্যক্ষ কৰে। এই খবৰ বিয়পি পৰাৰ পাছতে স্থানীয় লোকে মৃতদেহটো দেখি আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে এই সম্পৰ্কে তদন্ত আৰম্ভ কৰিছে যদিও নৱজাতকটোৰ পৰিচয় উলিয়াবলৈ সক্ষম হোৱা নাই ৷

মৰাণত নৱজাতকৰ মৃতদেহ উদ্ধাৰ
লগতে পঢক :শিৱসাগৰত অখিলক সাক্ষাৎ মাতৃ প্ৰিয়দা গগৈৰ

ABOUT THE AUTHOR

...view details