কৃষক বিধেয়কত সন্মতি প্ৰদান ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ
18:50 September 27
কৃষক বিধেয়কত সন্মতি প্ৰদান ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ
নিউজ ডেস্ক, 27 ছেপ্তেম্বৰ: সংসদৰ বৰ্ষাকালীন অধিৱেশনত গৃহীত হোৱা তিনিখন কৃষক বিধেয়কৰ বিৰুদ্ধে দেশৰ কৃষক আৰু বিৰোধী দলসমূহে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতে দেওবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে তিনিওখন কৃষক বিধেয়কত সন্মতি প্ৰদান কৰে ৷
Farmers' Produce Trade and Commerce (Promotion and Facilitation) Bill 2020, Farmers (Empowerment and Protection) Agreement on Price Assurance and Farm Services Bill 2020 আৰু Essential Commodities (Amendment) Bill 2020 এই তিনি বিধেয়কত সন্মতি প্ৰদান কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে ৷
লগতে পঢ়ক:বলীউডৰ ড্ৰাগছ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে 18 গৰাকীতকৈয়ো অধিক লোকক: NCB