অসম

assam

নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লীৰ প্ৰধানমন্ত্ৰী মোদীলৈ জন্মদিনৰ শুভেচ্ছা

By

Published : Sep 17, 2020, 8:01 AM IST

নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লীৰ প্ৰধানমন্ত্ৰী মোদীলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন ৷ টুইটাৰযোগে শুভেচ্ছা জনাই ভাৰত-নেপালৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰা বিষয়ত মন্তব্য আগবঢ়ায় প্ৰধানমন্ত্ৰী অ’লীয়ে ৷

Nepal PM KP Sharma Oli send birthday greetings to PM Narendra Modi
নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লীৰ প্ৰধানমন্ত্ৰী মোদীলৈ জন্মদিনৰ শুভেচ্ছা

নিউজ ডেস্ক, 17 ছেপ্তেম্বৰ: আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 70 সংখ্যক জন্মদিন ৷ প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে অশেষ গুণমুদ্ধই তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে ৷ নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লীয়েও প্ৰধানমন্ত্ৰীলৈ টুইটাৰযোগে প্ৰেৰণ কৰিছে শুভেচ্ছা বাণী ৷

টুইটাৰযোগে শুভেচ্ছা জনোৱাৰ লগতে প্ৰধানমন্ত্ৰী অ’লীয়ে ভাৰত-নেপালৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী হোৱাৰ আশা প্ৰকাশ কৰে ৷ এই সন্দৰ্ভত তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কাম কৰি যোৱাৰ কথা ব্যক্ত কৰে ৷

লগতে পঢ়ক:ভাৰত-চীন উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে বাংলাদেশত বিএছএফ আৰু বিজিবিৰ সন্মিলন

ABOUT THE AUTHOR

...view details