অসম

assam

ETV Bharat / bharat

ভাৰত চীন সংঘৰ্ষৰ পাচতে ভাৰত মহাসাগৰত মোতায়েন নৌ-সেনা বাহিনীৰ

গালৱান উপত্যকাৰ সংঘৰ্ষ তথা ভাৰত চীন সীমান্ত উত্তেজনাৰ সময়ত ভাৰতীয় নৌসেনা বাহিনীয়ে ভাৰত মহাসাগৰ অঞ্চলত যুদ্ধজাহাজ তথা চাবমেৰিন মোতায়েন কৰে বুলি উল্লেখ কৰে ।

ভাৰতীয় নৌ-সেনা বাহিনী
ভাৰতীয় নৌ-সেনা বাহিনী

By

Published : Jul 29, 2020, 7:12 PM IST

নিউজ ডেস্ক, ২৯ জুলাইঃ ভাৰতীয় নৌ সেনা বাহিনীৰ শীৰ্ষ প্ৰতিৰক্ষা সূত্ৰই বুধবাৰে সদৰি কৰে যে,চীনক স্পষ্টভাৱে বাৰ্তা প্ৰেৰণ কৰিবলৈ পূৰ্ব লাডাখ সীমান্ত ৰেখাৰ ভাৰত মহাসাগৰ অঞ্চলত অধিক সংখ্যক ফ্ৰণ্টলাইন যুদ্ধজাহাজ তথা সামৰিক বাহিনী মোতায়েন কৰা হৈছে ।

ভাৰত চীন সংঘৰ্ষৰ পাচতে ভাৰত মহাসাগৰত মোতায়েন নৌ-সেনা বাহিনীৰ

বিগত ১৫ জুনত গালৱান উপত্যকাৰ সংঘৰ্ষত তথা যি সংঘৰ্ষত ২০জন ভাৰতীয় সেনা নিহত হৈছিল সেই যুদ্ধত ভাৰতীয় সেনাবাহিনীয়ে চাবমেৰিন মোতায়েন কৰিছিল বুলি জানিবলৈ দিয়ে প্ৰতিৰক্ষা সূত্ৰই ।

ভাৰত চীন সংঘৰ্ষৰ পাচতে ভাৰত মহাসাগৰত মোতায়েন নৌ-সেনা বাহিনীৰ

লগতে ভাৰতীয় বায়ু সেনা (IAF) আৰু নৌসেনাৰ সৈতে কূটনীতি আৰু আৰ্থিক উপায়ৰ সৈতে জড়িত এটা বহুপ্ৰচাৰিত তথা এটি সুস্পষ্ট বাৰ্তা দিয়াৰ উদ্দেশ্যৰে বহুপাক্ষিক পদ্ধতি গ্ৰহণ কৰা হৈছে ।

ABOUT THE AUTHOR

...view details