অসম

assam

ETV Bharat / bharat

পুৰীত ভাৰতীয় নৌ সেনাৰ ক্ষয়-ক্ষতিৰ পৰ্যবেক্ষণ - ঘূৰ্ণিবতাহ

নৌ সেনাৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি পুৰী ৰেলৱে ষ্টেচনৰ মূধচ বিধ্বংসী ধুমুহাই উৰুৱাই লৈ যোৱাৰ লগতে ফেনীৰ প্ৰভাৱত পুৰীৰ লগতে ইয়াৰ দাতি কাৰ্ষৰীয়া অঞ্চলসমূহত পথত গছ-গছনি ভাঙি পৰাৰ ফলত যাতায়ত ব্যাহত হৈ পৰিছে ৷

পুৰীত ভাৰতীয় নৌ সেনাৰ ক্ষয়-ক্ষতিৰ পৰ্যবেক্ষণ

By

Published : May 4, 2019, 10:42 AM IST

Updated : May 4, 2019, 1:47 PM IST


তেজপুৰ, 4মেঃ ওড়িশাত ফেনীৰ প্ৰভাৱিত এলেকা পৰিদৰ্শন কৰিলে ভাৰতীয় নৌসেনাই ৷ বিভিন্ন ঠাইত গছ-গছনি ভাঙি যাতায়ত ব্যাহত ৷

পুৰীত ভাৰতীয় নৌ সেনাৰ ক্ষয়-ক্ষতিৰ পৰ্যবেক্ষণ

ভাৰতীয় নৌ সেনাৰ দৰনিয়াৰ বিমানে সংহাৰী ফেনীৰ প্ৰভাৱিত অঞ্চলসমূহৰ ক্ষয়-ক্ষতি পৰিদৰ্শন কৰে ৷ নৌ সেনাৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি পুৰী ৰেলৱে ষ্টেচনৰ মূধচ বিধ্বংসী ধুমুহাই উৰুৱাই লৈ যোৱাৰ উপৰি ফেনীৰ প্ৰভাৱত পুৰীৰ লগতে ইয়াৰ দাতি কাষৰীয়া অঞ্চলসমূহত পথত গছ-গছনি ভাঙি পৰাৰ ফলত যাতায়ত ব্যাহত হৈ পৰিছে ৷ আনহাতে সাগৰৰ পানীৰে দ অঞ্চল সমূহ ভৰি পৰিছে ৷

Last Updated : May 4, 2019, 1:47 PM IST

ABOUT THE AUTHOR

...view details