নিউজ ডেস্ক, 15 মে’: বঢ়িত সংখ্যাত হৈ থকা এচিড আক্ৰমণৰ প্ৰতি লক্ষ ৰাখি ৰাষ্টীয় মহিলা আয়োগে উত্তৰ প্ৰদেশত এচিড বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিবলৈ এক প্ৰস্তাব আগবঢ়াইছে ৷ এই প্ৰস্তাব ৰাইজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান অ’ পি সিঙলৈ আগবঢ়াইছে মহিলা আয়োগে ৷
এচিড বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰাটো বিচাৰে ৰাষ্টীয় মহিলা আয়োগে - উত্তৰ প্ৰদেশ
গ্ৰেটাৰ নয়দাত বুধবাৰে দুই ভাতৃয়ে নিজ ভগ্নিৰ ওপৰত এচিডৰে আক্ৰমণ চলোৱা ঘটনা পোহৰলৈ অহাৰ পিচত এই প্ৰস্তাব আগবঢ়াইছে মহিলা আয়োগে ৷ 22 বছৰীয়া যুবতী গৰাকীক তেওঁৰ দুই ভাতৃয়ে এচিড ধালি গাড়ীৰ পৰা দলিয়ায় থৈ যায় ৷ এই ঘটনাৰ গুৰুত্ব বুজি প্ৰস্তাবটো আগবঢ়াইছে আয়োগে ৷
এচিড বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰাটো বিচাৰে ৰাষ্টীয় মহিলা আয়োগে
লগতে পঢ়ক: ছিপাঝাৰলৈ গৌৰৱ কঢ়িয়াই আনিলে ছিপাঝাৰৰ জেফ্ৰীয়াৰা আহমেদে