অসম

assam

By

Published : Jul 24, 2019, 8:08 PM IST

ETV Bharat / bharat

বিদেশী কাৰাগাৰাত কাৰাবন্দী 8189 গৰাকী ভাৰতীয়

অন্য এখন মধ্য-পূৰ্বাঞ্চলীয় দেশ ইউ এ ইত প্ৰায় 3.3 মিলিয়ন ভাৰতীয়ই বসবাস কৰি আছে লগতে তাত থকা ভাৰতীয় কাৰাবন্দীৰ সংখ্যা 1392 জন ৷ আনহাতে 1160 জন ভাৰতীয় কাৰাবন্দীৰ সৈতে নেপাল তৃতীয় স্থানত আছে ৷ নিজৰ লিংগ ভিত্তিক তথ্য প্ৰদান কৰিব নোৱাৰা বাবেই এই তিনিখন দেশত কাৰাবন্দীৰ সংখ্যা বেছি ৷

ভি মুৰলিধৰন

নিউজ ডেস্ক, 24 জুলাইঃ লোকসভাত বিভিন্ন প্ৰশ্নৰ উত্থাপনৰ পিছত মন্ত্ৰী ভি মুৰলিধৰনে উক্ত বিদেশী কাৰাগাৰাত ভাৰতীয় কাৰাবন্দীৰ বিষয়তো উত্থাপন কৰি কয় যে বৰ্তমানো বিদেশী কাৰাগাৰাত কাৰাবন্দী হৈ আছে 8189 জন ভাৰতীয় ৷ বিদেশী কাৰাগাৰত থকা নাগৰিক সকলৰ প্ৰয়োজনীয় দেশ ভিত্তিক তথ্যৰ অনুসৰি চৌদি আৰবত 1811 জন ভাৰতীয় বন্দী হৈ আছে৷

ভি মুৰলিধৰন

অন্য এখন মধ্য-পূৰ্বাঞ্চলীয় দেশ ইউ এ ইত প্ৰায় 3.3 মিলিয়ন ভাৰতীয়ই বসবাস কৰি আছে লগতে তাত থকা ভাৰতীয় কাৰাবন্দীৰ সংখ্যা 1392 জন ৷ আনহাতে 1160 জন ভাৰতীয় কাৰাবন্দীৰ সৈতে নেপাল তৃতীয় স্থানত আছে ৷ নিজৰ লিংগ ভিত্তিক তথ্য প্ৰদান কৰিব নোৱাৰা বাবেই এই তিনিখন দেশত কাৰাবন্দীৰ সংখ্যা বেছি ৷

এই ক্ষেত্ৰত MOS য়ে দিয়া প্ৰতিক্ৰিয়া অনুসৰি বহু দেশত প্ৰচলিত গোপনীয়তাৰ আইনৰ বাবে কাৰাবন্দী সকলে নিজৰ বিষয়ে বিশেষ তথ্য প্ৰচাৰ কৰিব নিবিছাৰিলে স্থানীয় কতৃপক্ষই কাৰাবন্দীসকলৰ কোনো তথ্য প্ৰচাৰ নকৰে ৷ ইয়াৰোপৰি ভি মুৰলিধৰনে কয় যে বিদেশী চৰকাৰে 2014 চনৰ মে মাহৰ পিছত মুঠ 6405 জন ভাৰতীয়ক নিজৰ শাস্তিৰ ৰেহাই দিয়াৰ লগতে 2010 চনৰ জুন মাহৰ পৰা 2019 লৈ মুঠ 59 জন কাৰাবন্দীক ভাৰতত স্থানান্তৰ কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details