- প্ৰধানমন্ত্ৰীয়ে গুৰুত্বসহকাৰে লৈছে অসমৰ বান সমস্যাক
- পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিব বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ
- অসমৰ বান পৰ্যালোচনা কৰিছে কেন্দ্ৰই
- 251.55 কোটি টকা ইতিমধ্যে মোকলাই দিছে কেন্দ্ৰীয় চৰকাৰে
- অসমৰ ৰাইজক সহায় কৰিবলৈ সাজু আছে কেন্দ্ৰীয় চৰকাৰ অসমৰ বান পৰিস্থিত সম্পৰ্কত প্ৰধানমন্ত্ৰীলৈ স্মাৰক সাংসদৰ
বান পৰিস্থিতি সম্পৰ্কত প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ অসমৰ সাংসদৰ - assam mp
অসমৰ বান পৰিস্থিতি সম্পৰ্কত প্ৰধান মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান অসমৰ বিজেপি সাংসদ সকলৰ ৷ মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীযাই ব্যক্ত কৰিলে এই কথা ৷

প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ অসমৰ সাংসদৰ