অসম

assam

By

Published : Jun 11, 2020, 7:02 AM IST

ETV Bharat / bharat

ইজৰাইলৰ প্ৰধানমন্ত্ৰীলৈ নৰেন্দ্ৰ মোডীৰ শুভেচ্ছা বাৰ্তা

কোভিড-19 ৰ পৰৱৰ্তী সময়ত দুয়োখন দেশে কেনেদৰে যৌথ ভাৱে আগুৱাব সেই সন্দৰ্ভত আলোচনা কৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতায়াহু আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

Narendra Modi on Wednesday congratulated his Israeli counterpart Benjamin Netanyahu
ইজৰাইলৰ প্ৰধানমন্ত্ৰীলৈ নৰেন্দ্ৰ মোডীৰ শুভেচ্ছা বাৰ্তা

নিউজ ডেস্ক ৰিপৰ্ট,11 জুন: পঞ্চমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসন দখল কৰা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতায়াহুক বুধবাৰে শুভেচ্ছা জ্ঞাপন কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ইয়াৰ পাছতে কোভিড-19 ৰ পৰৱৰ্তী সময়ত দুয়োখন দেশে কেনেদৰে যৌথ ভাৱে আগুৱাব সেই সন্দৰ্ভত আলোচনা কৰে দুয়ো গৰাকী প্ৰধানমন্ত্ৰীয়ে ৷ এই কথা টুইটাৰ যোগে প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

ইজৰাইলৰ প্ৰধানমন্ত্ৰীলৈ নৰেন্দ্ৰ মোডীৰ শুভেচ্ছা বাৰ্তা

ইয়াৰ ওপৰিও পৰৱৰ্তী সময়ত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃহ হ'ব বুলি প্ৰকাশ কৰিছে নৰেন্দ্ৰ মোডীয়ে ৷

লগতে পঢ়কঃ অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু অইল ইণ্ডিয়াৰ চৰম হেমাহীৰ বাবে সংঘটিত হ'ল বাঘজানৰ ঘটনা : লুৰিণজ্যোতি গগৈ

ABOUT THE AUTHOR

...view details