নিউজ ডেস্ক, 27 জুলাইঃ মহাৰাষ্ট্ৰত সংঘটিত হোৱা প্ৰৱল বৰষুণৰ বাবে মাজপথত আৱদ্ধ হৈ পৰে মহালক্ষ্মী এক্সপ্ৰেছ ৷ বদলাপুৰ আৰু ৱাংগানীৰ মাজত শনিবাৰে ৰাতিপুৱাৰ ভাগত 2000 যাত্ৰীসহ আৱদ্ধ হৈ পৰে ৰেলখন ৷ ইতিমধ্য়ে ঘটনাস্থলীলৈ ৰাঁওনা হৈছে এনডিআৰএফ তথা উদ্ধাৰকাৰী দল ৷ ঘটনাৰ পিচতে অন্যান্য সাতখন ৰেল বাতিল কৰা হয় ৷
বানত জলবন্দী মহালক্ষ্মী এক্সপ্ৰেছৰ 2000 যাত্ৰী - stranded passengers
মহাৰাষ্ট্ৰত হোৱা প্ৰৱল বৰষুণৰ ফলত ৰেলপথতে আৱদ্ধ হৈ পৰে মহালক্ষ্মী এক্সপ্ৰেছ ৷ ৰেলখনত থকা 700 যাত্ৰীৰ মাজত সৃষ্টি হয় হাহাকাৰময় পৰিস্থিতি ৷
![বানত জলবন্দী মহালক্ষ্মী এক্সপ্ৰেছৰ 2000 যাত্ৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3959012-416-3959012-1564208452455.jpg)
বানত জলবন্দী মহালক্ষ্মী এক্সপ্ৰেছৰ 2000 যাত্ৰী
বানত জলবন্দী মহালক্ষ্মী এক্সপ্ৰেছৰ 2000 যাত্ৰী
ইতিমধ্য়ে ঘটনাস্থলীলৈ অন্য এখন ৰেল প্ৰেৰণ কৰাৰ লগতে হেলিকপ্টাৰ আৰু এনডিআৰএফ বাহিনীৰ সহায়ত উদ্ধাৰ কৰা হৈছে আৱদ্ধ হৈ থকা যাত্ৰীসকলক ৷
বানত জলবন্দী মহালক্ষ্মী এক্সপ্ৰেছৰ 2000 যাত্ৰী
Last Updated : Jul 27, 2019, 2:52 PM IST