নিউজ ডেস্ক, ২৭ এপ্ৰিলঃ মহামাৰী COCID-19 প্ৰতিৰোধী যুঁজৰ বাবে পুনৰ নাৰ্ছিঙৰ পোছাকজোৰ হাতত তুলি লৈছে বৃহানমুম্বাইৰ পৌৰ নিগমৰ মেয়ৰ কিশোৰী পেদনেকাৰে ।
কিশোৰী পেদনেকাৰে ৰাজনীতিত ভৰি দিয়াৰ আগতে এগৰাকী চিকিৎসা কৰ্মী অৰ্থাৎ নাৰ্ছ আছিল । সেয়েহে মহামাৰী COCID-19 ত আক্ৰান্ত ৰোগীসকলৰ সহায়ৰ বাবে BMC's BYL Nair হাস্পতালত চিকিৎসা কৰ্মীসকলৰ সৈতে সহযোগৰ বাবে আগবাঢ়ি আহে মেয়ৰগৰাকী ।