নিউজ ডেস্ক, ৬ জুনঃ মহাৰাষ্ট্ৰৰ মুম্বাইকে ধৰি তাৰ চুবুৰীয়া অঞ্চলত আৰম্ভ হৈছে আগতীয়া মৌচুমী । যাৰ বাবে সমগ্ৰ অঞ্চলত হোৱা মুষলধাৰ বৰষুণৰ ফলতেই কৃত্ৰিম বানৰ সন্মুখীন হয় মায়ানগৰী মুম্বাই এটা অঞ্চল । মুম্বাইৰ এই কৃত্ৰিম বানৰ এটি ভিডিঅ' ভাইৰেল হৈ পৰিছে ইণ্টাৰনেটত।
মুম্বাইত এজাক বৰষুণতেই সৃষ্টি হয় কৃত্ৰিম বানৰ - মৌচুমী
মুম্বাইত এজাক মুষলধাৰ বৰষুণৰ ফলতেই চহৰখনৰ বিভিন্ন অঞ্চলত সৃষ্টি হয় কৃত্ৰিম বানৰ । লগতে দেওবাৰে চহৰখনত পুনৰ বৰষুণ অহাৰ সম্ভৱনা থকা বুলি ব্য়ক্ত কৰে বতৰ বিজ্ঞান বিভাগে ।

মুম্বাইত এজাক বৰষুণতেই সৃষ্টি হয় কৃত্ৰিম বানৰ
মুম্বাইত এজাক বৰষুণতে সৃষ্টি হয় কৃত্ৰিম বানৰ
আনহাতে, ভাৰতৰ বতৰ বিজ্ঞান বিভাগে সদৰী কৰা অনুসৰি বিগত ৩০ মিনিট ধৰি অহা ধাৰাসাৰ বৰষুণৰ ফলতেই সৃষ্টি হয় কৃত্ৰিম বানৰ । লগতে দেওবাৰে মুম্বাই চহৰ মেঘাছন্ন হৈ থকাৰ লগতে পুনৰ বৰষুণ হোৱাৰ সম্ভৱনা আছে বুলিও সদৰী কৰে বতৰ বিজ্ঞান বিভাগে ।
লগতে চাওকঃ কুৱাৰেন্টাইনত থকা দৰিদ্ৰ লোকৰ মাজত সামগ্ৰী বিতৰণ আজমল ফাউণ্ডেছনৰ