নিউজ ডেস্ক, 9 ডিচেম্বৰঃ লোকসভাত ধ্বনি ভোটৰ জৰিয়তে নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অগপ নেতা তথা ৰাজ্যসভাৰ সাংসদ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে অসমৰ ভাষা সংস্কৃতিত আঘাট হানিব বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷ সদনৰ মজিয়াত কেব উত্থাপন হ'লে অতি দৃঢ়তাৰে দাবী উত্থাপন কৰিব বুলি সদৰী কৰে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৷
কেব গৃহীত হ'লে সংকটত পৰিব অসমৰ ভাষা-সংস্কৃতিঃ অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য - অগপ সাংসদ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্য
সদনৰ মজিয়াত কেব উত্থাপন হ'লে অতি দৃঢ়তাৰে দাবী উত্থাপন কৰিব বুলি সদৰী কৰে অগপৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৷
কেব গৃহীত হ'লে সংকটত পৰিব অসমৰ ভাষা-সংস্কৃতিঃ অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য
Last Updated : Dec 9, 2019, 5:26 PM IST