অসম

assam

ETV Bharat / bharat

64 তম প্ৰতিষ্ঠা দিৱস উপলক্ষে কেৰালাবাসীক শুভেচ্ছা ৰাহুল গান্ধীৰ

কেৰালাৰ 64 তম প্ৰতিষ্ঠা দিৱস উপলক্ষে সংসদৰ সদস্য ৰাহুল গান্ধীৰ শুভেচ্ছা ৷ গণতান্ত্ৰিক প্ৰমূল্যবোধ আৰু ধৰ্মনিৰপেক্ষ নীতিক লগত লৈ যাতে ৰাজ্যখন উন্নয়নৰ দিশে আগুৱাই যোৱাৰ বাবে শুভেচ্ছা প্ৰদান কংগ্ৰেছ নেতা গৰাকীৰ ৷

64 তম প্ৰতিষ্ঠা দিৱস উপলক্ষে কেৰালাবাসীক শুভেচ্ছা ৰাহুল গান্ধীৰ
64 তম প্ৰতিষ্ঠা দিৱস উপলক্ষে কেৰালাবাসীক শুভেচ্ছা ৰাহুল গান্ধীৰ

By

Published : Nov 1, 2020, 9:42 PM IST

নতুন দিল্লী ,1 নৱেম্বৰ:কেৰালাৰ 64 তম প্ৰতিষ্ঠা দিৱস উপলক্ষে কেৰালাবাসীকসংসদৰ বয়নাডৰ সদস্য ৰাহুল গান্ধীয়ে শুভেচ্ছা জ্ঞাপন কৰে ৷ এই উপলক্ষে দেওবাৰে এক শুভেচ্ছা জ্ঞাপন কৰি তেওঁ ৰাজ্যখনৰ সৰ্বাংগীন উন্নতিৰ কামনা কৰে ৷ তেওঁ আশা প্ৰকাশ কৰে যে দক্ষিণৰ ৰাজ্যখনে গণতান্ত্ৰিক প্ৰমূল্যবোধ আৰু ধৰ্মনিৰপেক্ষ নীতিক লগত লৈ উন্নয়নৰ দিশে আগুৱাই যাব ৷

টুইটাৰযোগে কংগ্ৰেছ নেতা গৰাকীয়ে এই বুলি লিখে "On the 64th anniversary of the formation of united Kerala, good luck to the state and the Malayalees. Let Kerala move forward on the path of development by upholding democratic and secular values. Happy Birthday Kerala! #Keralapiravi2020,"

1956 চনৰ 1 নৱেম্বৰত ট্ৰাভানকোৰ, কোচিন আৰু মালাবাৰক একত্ৰীকৰণ কৰি কেৰালা গঠন কৰা হৈছিল । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও কেৰালাৰ লোকসকলক 'কেৰালা পিৰাভি দে'' উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে ৷ টুইটাৰত প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজৰ অনুভৱ ব্যক্ত কৰি এইবুলি লিখে , ""Kerala Piravi day wishes to the wonderful people of Kerala, who have always made indelible contributions to India's growth. Kerala's natural beauty has made it among the most popular destinations, drawing people from all over the world. Praying for Kerala's continuous progress,"

লগতে পঢ়ক:কৰ্ণাটক ৰাজ্যোৎসৱ উদযাপনত অংশ গ্ৰহণ য়েডুৰাপ্পাৰ

ABOUT THE AUTHOR

...view details