অসম

assam

ETV Bharat / bharat

লক ডাউনৰ পাছত পুনৰ চাকৰি ঘূৰাই পোৱাৰ আশা ৭৩ শতাংশ ভাৰতীয়ৰ - লক ডাউনৰ পাছত পুনৰ চাকৰি ঘূৰাই পোৱাৰ আশা ৭৩ শতাংশ ভাৰতীয়ৰ

IPSOS নামৰ সংস্থাটোৱে বিশ্বজুৰি চলোৱা সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য ।

Most urban Indians hopeful of jobs return post lockdown: Survey
Most urban Indians hopeful of jobs return post lockdown: Survey

By

Published : Jun 8, 2020, 1:25 AM IST

নতুন দিল্লী, ৭ জুন: দেশৰ পৰা লক ডাউনৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ পাছত অধিকাংশ ভাৰতীয়ই পুনৰ যোগদান কৰিব পাৰিব এই সময়ত হেৰুওৱা চাকৰিত । এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য ।

লক ডাউনৰ পাছত পুনৰ চাকৰি ঘূৰাই পোৱাৰ আশা ৭৩ শতাংশ ভাৰতীয়ৰ

IPSOS নাম সংস্থাটোৱে বিশ্বজুৰি চলোৱা সমীক্ষাত অধিকাংশ ভাৰতীয়ই লক ডাউনৰ পাছত পুনৰ হেৰুওৱা চাকৰিত যোগদান কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছিল । সমীক্ষাত প্ৰায় ৭৩ শতাংশ ভাৰতীয়ই পুনৰ যোগদান কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছিল । আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া আৰু ব্ৰাজিলৰ লোকে মেৰুকৃত দৃষ্টিভঙ্গী প্রদৰ্শন কৰিছিল ।

লক ডাউনৰ পাছত পুনৰ চাকৰি ঘূৰাই পোৱাৰ আশা ৭৩ শতাংশ ভাৰতীয়ৰ

লক ডাউনৰ পাছত পুনৰ চাকৰি ঘূৰাই পোৱাৰ ক্ষেত্ৰত আটাইতকৈ নিৰাশজনক ভূমিকা গ্ৰহণ কৰিছিল ফ্ৰান্সে । ফ্ৰান্সৰ ৬৯ শতাংশই পুনৰ চাকৰি ঘূৰাই পোৱাৰ ক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰিছিল ।

ABOUT THE AUTHOR

...view details