উজ ডেস্ক, 23 আগষ্টঃ বিগত কিছুদিন পূৰ্বে টিভি শ্ব' Man vs Wild ত বিয়েৰ গ্ৰীলছৰ সৈতে প্ৰত্যক্ষ কৰিবলৈ পোৱা গৈছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক ৷ গ্ৰীলছৰ সৈতে থকা মোডীৰ এই বিশেষ খণ্ডটোয়ে আটাইতকৈ বেছি দৰ্শকৰ সামাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷
ৰেকৰ্ড গঢ়িলে মোডীৰ Man vs Wild য়ে - assam news
গ্ৰীলছৰ সৈতে থকা মোডীৰ এই বিশেষ খণ্ডটোয়ে আটাইতকৈ বেছি প্ৰত্যক্ষদৰ্শী লাভ কৰি ৰেকৰ্ড বনাবলৈ সক্ষম হৈছে

ৰেকৰ্ড গঢ়িলে মোডীৰ Man vs Wild য়ে
অনুষ্ঠানটোৰ স্ল'ট দৰ্শক 3.69 মিলিয়ন বাঢ়ি গৈ বৰ্তমান 3.67লৈ স্পৰ্শ কৰে ৷ আনহাতে, Discovery Network য়ে 6.1 মিলিয়ন প্ৰত্যক্ষদৰ্শী লাভ কৰে ৷ যি বিগত 4 সপ্তাহৰ তুলনাত 15 গুণে বৃদ্ধি পাইছে ৷
Discovery ৰ 3.05 মিলিয়ন, Star plus 3.67 মিলিয়ন আৰু Zee ত 3.3 মিলিয়নেৰে ভাৰত তথা বিশ্বত ট্ৰেণ্ডিং শ্ব' হিচাপে ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ৷