অসম

assam

ETV Bharat / bharat

পশুধনৰ বাবে নতুন চৰকাৰৰ নতুন আঁচনি - মোডী চৰকাৰ

শুকুৰবাৰে মোডী চৰকাৰৰ প্ৰথমখন কেন্দ্ৰীয় বৈঠকতে এই সন্দৰ্ভত এক সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ তথ্য সম্প্ৰসাৰণ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে জনোৱা মতে কৃষকসকলৰ সুবিধাৰ্থেই হাতত লোৱা হৈছে এই বিশেষ আঁচনিৰ ৷

গোধনৰ ৰোগ নিৰ্মূলকৰণৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী আঁচনি

By

Published : Jun 1, 2019, 4:19 PM IST

নিউজ ডেস্ক, 1 জুনঃ গোধনৰ ৰোগ নিৰ্মূলৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পদক্ষেপ ৷ আগন্তুক পাঁচ বছৰত গৰুৰ মুখ আৰু ঠেঙত হোৱা বিভিন্ন ৰোগৰ নিৰ্মূলৰ বাবে কেন্দ্ৰীয় চৰকাৰে হাতত লৈছে 13,343 কোটি টকাৰ এক আঁচনি৷ শুকুৰবাৰে মোডী চৰকাৰৰ প্ৰথমখন কেন্দ্ৰীয় বৈঠকতে এই সন্দৰ্ভত এক সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ তথ্য সম্প্ৰসাৰণ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে জনোৱা মতে কৃষক সকলৰ সুবিধাৰ্থে হাতত লোৱা হৈছে এই বিশেষ আঁচনিৰ ৷ লগতে মন্ত্ৰীগৰাকীয়ে জনাই যে, পূৰ্বে এই আঁচনিৰ বাবদ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে 60:40 অনুপাতে ধন ব্যয় কৰিছিল যদিও প্ৰথমখন কেবিনেট বৈঠকতে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ ধন ব্যয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

ABOUT THE AUTHOR

...view details