অসম

assam

ETV Bharat / bharat

ভিজা প্ৰতিবন্ধকতাৰ ক্ষেত্ৰত MIT আৰু হাবাৰ্ড বিশ্ববিদ্যালয়ৰ আমেৰিকা চৰকাৰলৈ অভিযোগনামা দাখিল - ভিজা প্ৰদান

The Massachusetts Institute of Technology আৰু Harvard University য়ে অধ্যয়ণ কৰি থকা বিদেশী শিক্ষাৰ্থী সকলৰ ভিজা নিষেধাজ্ঞ কৰিবলৈ Department of Homeland Security আৰু US Immigration and Customs Enforcement ৰ ওচৰত অভিযোগনামা দাখিল কৰিছে । বিদেশৰ শিক্ষাৰ্থীয়ে বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ত অধ্যয়ণ কৰি আছে তেওঁলোকে F-1 ভিজাৰ সহায়ত ৰাষ্ট্ৰখনত থকাৰ অনুমতি লাভ কৰে ।

mit-harvard-sue-us-govt-over-visa-restrictions
mit-harvard-sue-us-govt-over-visa-restrictions

By

Published : Jul 8, 2020, 10:47 PM IST

নিউজ ডেস্ক, ৮ জুলাই : The Massachusetts Institute of Technology আৰু Harvard University য়ে অধ্যয়ণ কৰি থকা বিদেশী শিক্ষাৰ্থী সকলৰ ভিজা নিষেধাজ্ঞ কৰিবলৈ Department of Homeland Security আৰু US Immigration and Customs Enforcement ৰ ওচৰত অভিযোগনামা দাখিল কৰিছে । বিশ্ববিদ্যালয়খনৰ in house নামৰ বাতৰি কাকত খনত প্ৰকাশ পাইছে এই তথ্য ।

Immigration and Customs Enforcement ৰ ফালৰ পৰা সোমবাৰে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত ২০২০ চনত যি সমূহ শিক্ষানুষ্ঠানত অনলাইনৰ মাধ্যমৰে পৰীক্ষা অনুষ্ঠিত হ'ব সেই সমূহ শিক্ষাৰ্থী সকলে আমেৰিকাতে থাকিব পাৰিব বুলি উল্লেখ কৰে ।

উল্লেখ্য যে, মাৰ্কিন যুক্তৰাষ্ট্ৰত যি সমূহ বিদেশৰ শিক্ষাৰ্থীয়ে বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ত অধ্যয়ণ কৰি আছে তেওঁলোকে F-1 ভিজাৰ সহায়ত ৰাষ্ট্ৰখনত থকাৰ অনুমতি লাভ কৰে । একেদৰে ব্যৱসায়ী বা অন্য প্ৰতিষ্ঠানত নিয়োজিত হৈ থকা বিদেশী লোকে M-1 ভিজাৰ সহায়ত দেশখনত থকাৰ অনুমতি লাভ কৰে ।

ABOUT THE AUTHOR

...view details