জম্মু-কাশ্মীৰত নিহত দুই সন্ত্ৰাসবাদী - jammu kashmir
কুলগামৰ গোপালপৰা অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰি বুধবাৰে অভিযান চলালে নিৰাপত্তাবাহিনীয়ে ৷

জম্মু-কাশ্মীৰত নিহত দুই সন্ত্ৰাসবাদী
নিউজ ডেস্ক, 22 মে' : জম্মু-কাশ্মীৰৰ কুলগামত নিৰাপত্তাবাহিনীৰ হাতত নিহত দুজন সন্ত্ৰাসবাদী৷ জিলাখনৰ গোপালপৰা অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰি নিৰাপত্তাবাহিনীয়ে বুধবাৰে চলায় অভিযান৷
জম্মু-কাশ্মীৰত নিহত দুই সন্ত্ৰাসবাদী