অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত এজন জোৱান নিহত - জম্মু-কাশ্মীৰৰ মেকহিল চেক্টৰ

সীমান্ত সুৰক্ষা বাহিনীয়ে জনোৱা তথ্য অনুসৰি, মেকহিল চেক্টৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধ চলা অভিযানৰ সময়ত কনিষ্টবল সুদিপ সৰকাৰৰ নিহত হয়। ইফালে অঞ্চলটোত বৰ্তমানেও অভিযান অব্যাহত আছে।

militant-killed-as-army-foils-infiltration-bid-along-loc
জম্মু-কাশ্মীৰৰ মেকহিল চেক্টৰত সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত এজন বি এচ

By

Published : Nov 8, 2020, 4:26 PM IST

নেশ্যনেল ডেস্ক, ৮ নৱেম্বৰ: দেওবাৰে জম্মু-কাশ্মীৰৰ মেকহিল চেক্টৰত সন্ত্ৰাসবদীৰ বিৰুদ্ধে চলা সেনাৰ এক যুটীয়া অভিযানত এগৰাকী বি এচ এফ জোৱান নিহত হয়।

জম্মু-কাশ্মীৰৰ মেকহিল চেক্টৰত সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত এজন বি এচ এফ জোৱান নিহত

সীমান্ত সুৰক্ষা বাহিনীয়ে জনোৱা তথ্য অনুসৰি, মেকহিল চেক্টৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধ চলা অভিযানৰ সময়ত কনিষ্টবল সুদিপ সৰকাৰৰ নিহত হয়। ইফালে অঞ্চলটোত বৰ্তমানেও অভিযান অব্যাহত আছে।

ইয়াৰ পূৰ্বে জম্মু-কাশ্মীৰৰ মেকহিল চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাত সেনাৰ অভিযানত এজন সন্ত্ৰাসবাদী নিহত হোৱাৰ কথাও সদৰি কৰে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ কৰ্ণেল ৰাজেশ কালিয়াই । বিষয়া গৰাকীয়ে লগতে উল্লেখ কৰে যে, উক্ত অঞ্চলত ৭ আৰু ৮ নৱেম্বৰৰ নিশা এদল সন্দেহজনক লোকৰ চলাচল প্ৰত্যক্ষ কৰিছিল পহৰাদাৰী সেনা জোৱানে ৷

বাধা দিব যাওতে, সেই স্থানত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হয়। নিহত সন্ত্ৰাসবাদীজনৰ পৰা এটা এ কে ৪৭ ৰাইফলৰ লগতে দুটা মোনা উদ্ধাৰ কৰা হৈছিল।

ABOUT THE AUTHOR

...view details