অসম

assam

ETV Bharat / bharat

CAA সমৰ্থন কৰাৰ বাবেই বিধায়কক দলৰ পৰা বহিস্কাৰ কৰিলে মায়াৱতীয়ে - নাগৰিকত্ব সংশোধনী আইন সমৰ্থন কৰি বহিস্কাৰ বিধায়ক

নাগৰিকত্ব সংশোধনী আইন সমৰ্থন কৰি দলৰ পৰা বহিস্কাৰ হ'ল মধ্যপ্ৰদেশৰ এগৰাকী বিধায়ক ৷ এই কথা ঘোষণা বিএছপিৰ মুৰব্বী মায়াৱতীৰ ৷

বহুজন সমাজবাদী পাৰ্টিৰ মুৰব্বী
মায়াৱতী

By

Published : Dec 29, 2019, 12:49 PM IST

নেশ্যনেল ডেস্ক, 29 ডিচেম্বৰ : বহুজন সমাজবাদী পাৰ্টিৰ মুৰব্বী মায়াৱতীয়ে দেওবাৰে টুইটাৰৰ জৰিয়তে দলৰ এগৰাকী বিধায়কক বহিস্কাৰ কৰাৰ কথা ঘোষণা কৰে ৷ নাগৰিকত্ব সংশোধনী আইন (CAA) সমৰ্থন কৰাৰ বাবে বিধায়ক ৰামাবাই পৰিহাৰক বহিস্কাৰ কৰা বুলি জানিবলৈ দিয়ে মায়াৱতীয়ে ৷

ইয়াৰোপৰি, দলৰ যিকোনো অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰতো মধ্যপ্ৰদেশৰ বিধায়কগৰাকীক নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷

আৰু পঢ়ক : শ্বহীদ দীপাঞ্জল দাসৰ পিতৃলৈ ই-ৰিক্সা ৰাহুল গান্ধীৰ

ABOUT THE AUTHOR

...view details