নিউজ ডেস্ক, 16 জুনঃ চীনা ভাৰতত সীমান্তত হোৱা উত্তপ্ত পৰিস্থিতিত প্ৰাণ হেৰুৱাইছিল তিনি গৰাকী ভাৰতীয় সেনা জোৱানে । শ্বহীদ এই তিনিগৰাকী সেনাৰ ভিতৰত অন্যতম আছিল পালানী । তামিলনাডুৰ ৰামানান্দুপৰমৰ বাসিন্দা আছিল শ্বহীদ সেনা জোৱানজন ।
22 বছৰ জুৰি ভাৰত মাতৃক সেৱা আগবঢ়াইছিল জোৱান জনে । পৰৱৰ্তী বছৰত অৱসৰ গ্ৰহণ কৰিলেহেতেন তেওঁ । কিন্তু সোমবাৰে নিশা চীনা সীমান্তত প্ৰাণ হেৰুৱাই জোৱানজনে ।