অসম

assam

ETV Bharat / bharat

জাপানৰ 'Order of Rising Sun' উপাধিৰে সন্মানিত মণিপুৰৰ চিকিৎসক

জাপান চৰকাৰে মণিপুৰৰ থাংজাম ধৱলী সিং নামৰ চিকিৎসক গৰাকীক সন্মানিত কৰে 'Order of Rising Sun'উপাধিৰে । ভাৰত আৰু জাপানৰ মাজত সম্পৰ্ক সুদৃঢ় কৰা বাবেই এই উপাধি প্ৰদান কৰে জাপান চৰকাৰে ।

By

Published : Apr 30, 2020, 9:10 PM IST

Updated : May 1, 2020, 10:07 AM IST

জাপান
জাপানৰ 'Order of Rising Sun' উপাধিৰে সন্মানিত মণিপুৰৰ চিকিৎসক

নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ ২৯ এপ্ৰিলত মণিপুৰৰ এজন চিকিৎসকক 'Order of Rising Sun'উপাধিৰে সন্মানিত কৰে জাপান চৰকাৰে । ভাৰত আৰু জাপানৰ মাজত সম্পৰ্ক সুদৃঢ় কৰা বাবেই এই সন্মানেৰে সন্মানিত কৰে জাপান চৰকাৰে ।

জাপানৰ 'Order of Rising Sun' উপাধিৰে সন্মানিত মণিপুৰৰ চিকিৎসক

'Order of Rising Sun'আন্তঃৰাষ্ট্ৰীয় সম্বন্ধ,জাপানী সংংস্কৃতি প্ৰচাৰ, পৰিৱেশ সংৰক্ষণ তথা বিভিন্ন কল্যাণমূলক কাম-কাজৰ লগত জড়িত ব্যক্তিসকল এই প্ৰদান কৰে জাপান চৰকাৰে । এই 'Order of Rising Sun' উপাধি ১৮৭৫ চনত প্ৰথমে জাপান সম্ৰাট মেইজীয়ে প্ৰদান কৰিছিল ।

এক বিজ্ঞপ্তি অনুসৰি, চিকিৎসক তথা মণিপুৰ টুৰিজিম ফ'ৰামৰ প্ৰতিষ্ঠাপক থাংজাম ধৱলী সিঙক ২৯ এপ্ৰিলত জাপান চৰকাৰে 'Order of Rising Sun'ৰ সোণৰ আৰু ৰূপৰ পদক প্ৰদান কৰে ।

Last Updated : May 1, 2020, 10:07 AM IST

ABOUT THE AUTHOR

...view details