অসম

assam

পশ্চিমবংগত হাতীৰ গছকত মৃত্যু এজন ব্যক্তিৰ

By

Published : Jun 9, 2020, 3:21 PM IST

বন্য হস্তী আৰু মানুহৰ সংঘাতৃ দিনক দিনে বাঢ়ি গৈ থকা পৰিলক্ষিত হৈছে । সোমবাৰে জলাধপাৰা বনাঞ্চলত এজন ব্যক্তি হাতীৰ গছকত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

man-trampled-to-death-by-tusker-in-bengal
পশ্চিম বংগত হাতিৰ গছকত এজনৰ মৃত্যু

নিউজ ডেস্ক ,৯ জুনঃ পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাত হাতীৰ গছকত এজন ব্যক্তিৰ মৃত্যু হোৱাৰ কথা সদৰি কৰে বন বিষয়াই সোমবাৰে । জলাধপাৰা সংৰক্ষিত বনাঞ্চল খনত হাতীতোৱে বিচৰণ কৰি আছিল তেনেতে হঠাৎ ব্যক্তিজন বনৰীয়া হাতীৰ সন্মুখত উলাই পৰাত হাতীটোৱে গছকি পেলোৱাত মৃত্যু মুখত পৰে লোকজন ৷

পশ্চিমবংগত হাতীৰ গছকত মৃত্যু এজন ব্যক্তিৰ

ইপিনে বন বিভাগৰ লোক উপস্থিত হোৱাৰ আগতেই হাতীতো অৰণ্য খনলৈ পুনৰ ঘূৰি যায় ।

পশ্চিমবংগত হাতীৰ গছকত মৃত্যু এজন ব্যক্তিৰ

লগতে পঢ়কঃ শিক্ষাৰ্থীক নিজ বাসগৃহলৈ যাবলৈ পৰামৰ্শ জে এন ইউ কৰ্তৃপক্ষৰ

ABOUT THE AUTHOR

...view details