অসম

assam

ETV Bharat / bharat

উৎকট গৰম : ৰাজস্থানত গৰম বালিত পাপড় সেকিব পৰা অৱস্থা

ৰাজস্থানত এতিয়া দহিছে উৎকট গৰমে । ৰাজ্যখনৰ চাৰু জিলাত বুধবাৰে সৰ্বোচ্চ তাপমাত্ৰা হৈছেগৈ 50.8 ডিগ্ৰী ছেলছিয়াছ । কিন্তু ইয়াৰ মাজতে চুৰু জিলাত উত্তপ্ত গৰমত বালিত সেকিলে পাপড় ।

Man roast papad on hot sand as Churu sizzles at 50 degrees Celsius
উৎকট গৰম : ৰাজস্থানত গৰম বালীত পাপড় সেকিব পৰা অৱস্থা

By

Published : May 28, 2020, 10:19 AM IST

ৰাজস্থান, 28 মে': বুধবাৰে ৰাজস্থানৰ চুৰু জিলাত উত্তপ্ত বালিত পাপড় সেকিলে এজনে । ৰাজস্থানৰ চুৰু জিলাত বুধবাৰে সৰ্বোচ্চ উষ্ণতা আছিল 50.8 ডিগ্ৰী ছেলছিয়াছ ৷

ৰাজস্থানত 50 ডিগ্ৰী উষ্ণতাত সেকিলে পাপড়

উল্লেখ্য় যে, 2010 চনৰ পিচত এই অঞ্চলটোত এয়াই হৈছে সৰ্বোচ্চ তাপমাত্ৰা । ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ 16 এপ্ৰিলত সৰ্বাধিক 46.4 ডিগ্ৰী হোৱাৰ বিপৰীতে অঞ্চলটোৰ বৰ্তমানলৈকে সৰ্বনিম্ন তাপমাত্ৰা হৈছে 30.8 ডিগ্ৰী ছেলছিয়াছ ।

আনহাতে মৰুভূমি ৰাজ্য়খনৰ মুখ্য় অংশ সমূহত পাৰা ৪০ ৰ পৰা ৪৬ ডিগ্ৰী ছেলছিয়াছৰ মাজত পঞ্জীয়ণ কৰা হৈছে যদিও ইয়াৰ নূন্যতম তাপমাত্ৰা সামান্য তাপমাত্ৰতকৈ কিছু বেছি বুলি ধাৰ্য কৰা হৈছে ।

ABOUT THE AUTHOR

...view details