অসম

assam

ETV Bharat / bharat

বিজেপি চৰকাৰে জাপি দিব নোৱাৰে হিন্দী ভাষা : মমতা বেনাৰ্জী

বিজেপি চৰকাৰে এখন ৰাজ্যৰ ভাগ্য নিৰ্ধাৰিত কৰাৰ অধিকাৰ নাই বুলি কটাক্ষ বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ৷

By

Published : Jun 11, 2019, 11:50 PM IST

বিজেপি চৰকাৰে আমাৰ ওপৰত হিন্দী ভাষা জাপি দিব নোৱাৰে : মমতা বেনাৰ্জী

নিউজ ডেস্ক, 11 জুন: পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰক দাক্ষিনাত্যৰ ৰাইজৰ ওপৰত হিন্দী ভাষা জাপি নিদিবলৈ সকিয়াই দিছে ৷ তেওঁ কয় যে প্ৰতিখন ৰাজ্যৰ নিজস্ব ভাষা আৰু বৈশিষ্ট্য আছে আৰু সেই বাবেই এইখন ভাৰতবৰ্ষ অন্য দেশতকৈ সুকীয়া ৷ বিজেপি চৰকাৰে এখন ৰাজ্যৰ ভাগ্য নিৰ্ধাৰিত কৰাৰ অধিকাৰ নাই বুলি তেওঁ মন্তব্য কৰে ৷ তেওঁ এই মন্তব্য বিদ্যাসাগৰ মহাবিদ্যালয়ত ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ মূৰ্তি অনাৱৰণ কৰোঁতে আগবঢ়ায় ৷

ABOUT THE AUTHOR

...view details