নিউজ ডেস্ক, 6 এপ্ৰিলঃ "দেশৰ এই সংকটৰ সময়ছোৱাতো নিম্নমানৰ ৰাজনীতি কৰিবলৈ এৰা নাই ৰাজনৈতিক দলৰ আই টি চেলে ৷ আমাৰ চিকিৎসকসমূহে ৰাজ্যখনৰ ৰোগীসকলৰ বাবে দিনে নিশাই নিয়োজিত হৈ আছে, এইখিনি ৰাজনীতি কৰাৰ সঠিক সময় নহয়" বিজেপিৰ নাম নোলোৱাকৈ দলটোৰ সন্দৰ্ভত এই অভিযোগ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ৷
সংকটৰ সময়ছোৱাতো নিম্নমানৰ ৰাজনীতি কৰিবলৈ এৰা নাই ৰাজনৈতিক দলৰ আই টি চেলেঃ মমতা বেনাৰ্জী - Mamata accuses BJP IT cell of spreading fake news on Bengal corona cases
বিজেপিৰ আই টি চেলৰ নেতা অমিত মালভিয়াছে 'পশ্চিমবংগ চৰকাৰে কৰ'ণাত আক্ৰান্তৰ সঠিক তথ্য লুকুৱাইছে' বুলি টুইটাৰযোগে প্ৰকাশ কৰাৰ পাছতে এই অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
মমতা বেনাৰ্জী
বিজেপিৰ আই টি চেলৰ নেতা অমিত মালভিয়াছে 'পশ্চিমবংগ চৰকাৰে কৰ'ণাত আক্ৰান্তৰ সঠিক তথ্য লুকুৱাইছে' বুলি টুইটাৰযোগে প্ৰকাশ কৰাৰ পাছতে এই অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
তেওঁলোকে বাছন-বৰ্তন বজাই আৰু ফটকা ফুটুৱাই ৰাজনীতি কৰিব পাৰে কিন্তু আমি তেনে নহয় বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷