মমতা বেনাৰ্জী ৰাজনৈতিক হিংসাৰ ভুক্তভোগী আছিল: সুষমা স্বৰাজ
বিজেপি নেত্ৰী সুষমা স্বৰাজে কয় যে মমতা বেনাৰ্জী নিজে ৰাজনৈতিক হিংসাৰ ভুক্তভোগী হৈ তেওঁৰ ৰাজ্যত ৰাজনৈতিক হিংসাৰ ঘটনা সংঘটিত হোৱাটো দুৰ্ভাগ্যজনক ৷
মমতা বেনাৰ্জী ৰাজনাতিক হিংসাৰ ভুক্তভোগী আছিল: সুসমা স্বৰাজ
নিউজ ডেস্ক, 24 জুলাই: বিজেপি নেত্ৰী সুষমা স্বৰাজে কয় যে মমতা বেনাৰ্জী নিজে ৰাজনৈতিক হিংসাৰ ভুক্তভোগী হৈ তেওঁৰ ৰাজ্যত ৰাজনৈতিক হিংসাৰ ঘটনা সংঘটিত হোৱাটো দুৰ্ভাগ্যজনক ৷ পশ্চিম বংগত হৈ থকা ৰাজনৈতিক হিংসাৰ ঘটনা সমূহৰ বাবে এই মন্তব্য কৰে বিজেপি নেত্ৰী গৰাকীয়ে ৷ তেওঁ কয় যে বাওঁ দলৰ শাসনৰ সময়ত মমতা বেনাৰ্জী ৰাজনৈতিক হিংসাৰ বলি হৈছিল ৷ স্বৰাজে কয় যে সময় সলনি হোৱা লগে লগে মানুহ সলনি হয় ৷ নিজৰ লগত হোৱা হিংসাৰ কথা কেনেকৈ পাহৰিব পাৰে বুলি মন্তব্য কৰে তেওঁ ৷