অসম

assam

By

Published : Oct 11, 2019, 2:38 PM IST

ETV Bharat / bharat

চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং

তামিলনাডুৰ মামল্লাপুৰমত ভাৰতৰ প্ৰধানমন্ত্ৰী সৈতে দ্বিতীয়খন অনানুষ্ঠানিক বৈঠকত মিলিত হ’ব ঝি জিনপিং ৷ দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে চীনৰ ৰাষ্ট্ৰপতিগৰাকী ৷

Mamallapuram-summit-live-pm-modi-arrives-in-chennai

  • চেন্নাইত উপস্থিত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং
  • চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত ঝি জিনপিং
  • তামিলনাডুৰ ৰাজ্যপাল বানোৱাৰী লাল পুৰোহিতে স্বাগতম জনায় চীনৰ ৰাষ্ট্ৰপতিগৰাকীক
  • তামলিনাডুৰ মামল্লাপুৰমত নৰেন্দ্ৰ মোডীৰ সৈতে দ্বিতীয়খন অনানুষ্ঠানিক বৈঠকত মিলিত হ’ব ঝি জিনপিং
  • ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব চীনৰ ৰাষ্ট্ৰপতিগৰাকী
  • শনিবাৰেও প্ৰধানমন্ত্ৰীৰ সৈতে মিলিত হ’ব চীনৰ ৰাষ্ট্ৰপতিগৰাকী
  • দুয়োখন দেশৰ মাজত বিভিন্ন দিশত আলোচনাৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details