অসম

assam

By

Published : Jun 19, 2020, 4:44 PM IST

ETV Bharat / bharat

ন'বেল বঁটা বিজয়ী মালালাই Oxford বিশ্ববিদ্যালয় পৰা স্নাতক ডিগ্ৰী লাভ কৰি আনন্দিত

মালালাই যি সময়ত বিদ্যালয় গৈ টালিবানিৰ আক্ৰমণৰ সন্মুখীন হ'ব লগাত পৰিছিল । আজি সেইগৰাকী মালালাই Oxford বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি আনন্দিত হৈ পৰিছে ।

ন'বেল বঁটা বিজয়ী মালালাই Oxford বিশ্ববিদ্যালয় পৰা স্নাতক ডিগ্ৰী লাভ কৰি আনন্দিত
ন'বেল বঁটা বিজয়ী মালালাই Oxford বিশ্ববিদ্যালয় পৰা স্নাতক ডিগ্ৰী লাভ কৰি আনন্দিত

নিউজ ডেস্ক,১৯ জুনঃ পাকিস্তানৰ শিক্ষাৰ ক্ষেত্রত বিশেষভাৱে কাম কৰি থকা তথা ন'বেল বঁটা লাভ কৰা মালালা ইউচুফ জাইয়ে চ'ছিয়েল মিডিয়াৰ জৰিয়তে শেহতীয়াকৈ Oxford বিশ্ববিদ্যালয়ৰ পৰা দৰ্শন,ৰাজনীতি,অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰাৰ কথা প্ৰকাশ কৰে শুকুৰবাৰে ।

ন'বেল বঁটা বিজয়ী মালালাই Oxford বিশ্ববিদ্যালয় পৰা স্নাতক ডিগ্ৰী লাভ কৰি আনন্দিত

যি গৰাকী মালালাই তালিবানীৰ আক্ৰমণৰ বলি হ'ব লগা হৈছিল যেতিয়া বিদ্যালয়লৈ গৈছিল স্বাত ভেলীত। সেই গৰাকী মালালাই আজি Oxford বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি আনন্দিত হৈ পৰিছে আৰু পৰিয়ালৰ লগত কেক কাটি বিশেষ দিনটো উদযাপন কৰিছে তাৰে কিছু ফটো টুইটাৰ জৰিয়তে চ'ছিয়েল মিডিয়াত আপলোড কৰা দেখিবলৈ পোৱা গৈছে ।

লগতে চাওকঃ মৰাণৰ এখন ফাৰ্মাচীত বিক্ৰী হ'ল ম্যাদ উকলি যোৱা ঔষধ

ABOUT THE AUTHOR

...view details